Vídeo musical

Créditos

PERFORMING ARTISTS
Sannidhya Bhuyan
Sannidhya Bhuyan
Performer
Tavreed
Tavreed
Performer
COMPOSITION & LYRICS
Tavreed
Tavreed
Arranger
Rajib Bhuyan
Rajib Bhuyan
Lyrics

Letras

কেতেকী-কেতেকী, শুনো ৰিণি-ৰিণি প্ৰেমৰ বিষাদসনা দৰদী তান চিনাকি-চিনাকি, প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান কেতেকী-কেতেকী, শুনো ৰিণি-ৰিণি প্ৰেমৰ বিষাদসনা দৰদী তান চিনাকি-চিনাকি, প্ৰাণৰে চিনাকি নোপোৱা বেদনাৰে গান মোৰ বুকুৰে মৰমসনা সুৰেৰে ব'হাগ অনা তুমি গোৱাঁ এটি আশাৰে গান বুকুৰে মৰমসনা সুৰেৰে ব'হাগ অনা তুমি গোৱাঁ এটি আশাৰে গান তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান মনৰে মানসী, এৰাঁনা অভিমান তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান মনৰে মানসী, এৰাঁনা অভিমান শুৱনি শুৱনি মোৰে নয়নমণি হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম চকুৰে চাৱনি, মুখৰ মিচিকনি উতলা যৌৱনৰে উমান শুৱনি শুৱনি মোৰে নয়নমণি হিয়াৰ উমেৰে ৰখা এটি মিঠা নাম চকুৰে চাৱনি, মুখৰ মিচিকনি উতলা যৌৱনৰে উমান মোৰ বুকুৰে মৰমসনা সুৰেৰে ব'হাগ অনা তুমি গোৱাঁ এটি আশাৰে গান বুকুৰে মৰমসনা সুৰেৰে ব'হাগ অনা তুমি গোৱাঁ এটি আশাৰে গান তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান মনৰে মানসী, এৰাঁনা অভিমান তুমি গীতেৰে গঢ়াঁ মৰমৰে সোপান মনৰে মানসী, এৰাঁনা অভিমান
Writer(s): Tavreed Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out