Music Video

Bahadur | Zubeen Garg | Rajdweep | Prasenjit Borah | Hengool Theatre | Assamese Song 2019
Watch Bahadur | Zubeen Garg | Rajdweep | Prasenjit Borah | Hengool Theatre | Assamese Song 2019 on YouTube

Featured In

Credits

PERFORMING ARTISTS
Zubeen Garg
Zubeen Garg
Performer
COMPOSITION & LYRICS
Rajdweep
Rajdweep
Songwriter

Lyrics

জ্বলি জ্বলি এঙাৰ হোৱা বোকুৰে কোনোবা টুকুৰা আজিও জীয়াই আছে তোমাৰ স্মৃতি হৈ সপোনৰে বাটে বাটে গৈ তোমাৰে পদূলিত ৰলো গৈ এতিয়াও তোমাৰে মাজতে মোক পাবা ঔ এই চহৰৰ দেৱালত আমাৰে কাহিনী লিখিম তুমি আহা যদি ঘূৰি অকলে বহি পাতিম তুমি বিন আজি নতুন পৰিচয় মোৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ জোনাকী ৰাতিবোৰ জানা আগৰ দৰেই আছে একেই আছে শৰতৰ বৰষুণ তোমাৰ মৰমৰ সুবাস আকাশ ভৰি আছে উভতি তুমি এবাৰ আহাছোন এই চহৰৰ দেৱালত আমাৰে কাহিনী লিখিম তুমি আহা যদি ঘূৰি অকলে বহি পাতিম তুমি বীন আজি নতুন পৰিচয় মোৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ বাহাদুৰ
Writer(s): Raj Dweep, Arupjyoti Baruah Lyrics powered by www.musixmatch.com
instagramSharePathic_arrow_out