Top Songs By Zubeen Garg
Credits
PERFORMING ARTISTS
Zubeen Garg
Performer
COMPOSITION & LYRICS
Zubeen Garg
Songwriter
Lyrics
ৰে ৰাৰি ৰা ৰে
ৰে ৰা ৰি ৰা ৰে ৰা ৰা ৰে ৰা ৰে ৰে
এই ই ই ই
ঔ ও ও ও ও
নিচুকণি গীত মোৰ
কেনিনো হেৰালে
হৃদয় কোণত থান বান
জলি থকা জেউতি
কতেনো নুমালে
সমিৰত ধুমুহা গান
এন্ধাৰে হাৰ পাই হাঁহি মাৰি কয়
তয়েই হে মোৰ সন্তান
তয়েই হে মোৰ সন্তান
নিচুকণি গীত মোৰ
কেনিনো হেৰালে
হৃদয় কোণত থান বান
পৃথিৱী কপে মোৰ সুৰজো নাই
কাঁচিয়নি ৰদে মোৰ চকু চুই যায়
কানে কনে কই যায় কাৰো একো নাই
ভৰিৰ টিপতে ভূমিও হেৰায়
এই এন্ধাৰ কতে নো এৰি আহো
এই এন্ধাৰ কেনেকৈ হাবটো
মাথো জুনৰ খবৰ ৰাখোঁ
কেতিয়া পোহৰ বিলায়
মাথো জুনৰ ছবি আঁকো
পোহৰৰে গান গাঁও
নিচুকণি গীত মোৰ
কেনিনো হেৰালে
হৃদয় কোণত থান বান
ধাননি চুলেই মোৰ গা জলি যায়
শেৱালী ফুললেই মনো শুকায়
ধুমুহাৰ আকাশত বিজুলী খেলায়
আজিও সপোনে মোক উচতায়
এতিয়া মই নোৱাৰোঁ যাব ঘূৰি
এতিয়া মই নোৱাৰোঁ চাব ঘূৰি
মনে কথা কয়
মনে বাট চায়
মনে মাথো খোজ কাঢ়ি জায়
মনে শুনি যায়
মনে বুজি পায়
বুজি বুজি খোজ হেৰুৱায়
দাৰি ৰাৰা ৰাৰে
দেৰি ৰাৰা ৰা ৰে
দেৰি ৰাৰা ৰাৰি ৰে
ও ৰাৰি ৰাৰা ৰৰে
দেৰি ৰাৰা দৰে
দেই নাৰ না ৰে ৰে
Writer(s): Zubeen Garg
Lyrics powered by www.musixmatch.com